------------------------------------------------------------
স্বাগতম
------------------------------------------------------------

------------------------------------------------------------
OpenOffice.org 2.0 ReadMe
------------------------------------------------------------

 এই ৰীডমি ফাইলৰ শেহতীয়া আপডেটৰ কাৰণে, চাওক

প্ৰিয় ব্যৱহাৰকৰ্তা

এই প্ৰগ্ৰেমটোৰ বিষয়ে এই ফাইলটোত গুৰুত্বপূৰ্ণ তথ্য আছে. অনুগ্ৰহ কৰি কাম আৰম্ভ কৰাৰ আগতে এই তথ্যবোৰ সাৱধানেৰে পঢ়ক. 

OpenOffice.org গোষ্ঠী এই সামগ্ৰীটোৰ বিকাশৰ কাৰণে দায়বদ্ধ, আৰু গোষ্ঠীৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিবলৈ আপোনাক নিমন্ত্ৰণ কৰিবলৈ বিচাৰে.সহায়কাৰী ব্যৱহাৰকৰ্তাৰ তথ্যৰ সৈতে এজন নতুন ব্যৱহাৰকৰ্তা হিচাপে আপুনি OpenOffice.org ছাইটটো পৰীক্ষা কৰিব পাৰে  

OpenOffice.org প্ৰকল্পটোৰ লগত সংযোগ হোৱাৰ বিষয়ে তলৰ খণ্ডবোৰো পঢ়ক.

------------------------------------------------------------
ইনষ্টলেছন টোকা
------------------------------------------------------------

ছিষ্টেমৰ প্ৰয়োজনীয়তাবোৰ:

- glibc2 সংস্কৰণ 2.2.4 বা তাৰ ওপৰৰ
- পেন্টিয়াম যোগ্য PC

OpenOffice.org (উদাহৰণস্বৰূপে, ওলোমা প্ৰয়োগবোৰ ) ৰ দৰে  স্ক্ৰিণ প্ৰদৰ্শনবোৰ সৈতে প্ৰায়েই সমস্যাবোৰৰ আৰম্ভণি গ্ৰাফিক্স কাৰ্ড ড্ৰাইভাৰৰ দ্বাৰা উত্পত্তি হয়. যদি এই সমস্যাবোৰ ওলায়, অনুগ্ৰহ কৰি আপোনাৰ গ্ৰাফিক্স কাৰ্ড ড্ৰাইভাৰ আপডেট কৰক বা আপোনাৰ অপাৰেটিং ছিষ্টেমৰ সৈতে প্ৰেৰণ কৰা গ্ৰাফিক্স ড্ৰাইভাৰটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক. 3D বস্তুবোৰে প্ৰদৰ্শন কৰা অসুবিধাবোৰ "খোলকGL ব্যৱহাৰ" অধীনত 'টুলছ - বিকল্পবোৰ - দৃশ্য - 3D দৃশ্য'  বিকল্পটো নিস্ক্ৰিয়কৰণৰ দ্বাৰা প্ৰায়েই সমাধান কৰিব পৰা যায়.

OpenOffice.org ৰ এটা পুৰণি সংস্কৰণৰ সৈতে আপুনি OpenOffice.org 2.0 ইনষ্টল কৰিব পাৰে. যদি আপুনি পাছত OpenOffice.org ৰ পুৰণি সংস্কৰণটো ডি-ইনষ্টল কৰিব বিচাৰে, তেন্তে আপুনি নতুন সংস্কৰণটোৰ ইনষ্টলেছন প্ৰগ্ৰেম আহ্বান কৰি 'মেৰামতি' বাছনী কৰাটো অপৰিহাৰ্য. এইটোৱে নিশ্চিত কৰে যে নতুন সংস্কৰণটো সঠিকভাৱে আপোনাৰ কম্পিউটাৰত ৰেজিষ্টাৰ হ'ল.

অনুগ্ৰহ কৰি লক্ষ্য কৰক যে OpenOffice.org 1.x আৰু OpenOffice.org 2.0 ৰ মাজত ক্লিপবৰ্ডৰ মাধ্যমেৰে প্ৰতিলিপি আৰু আঠা লগোৱা কাৰ্যই OpenOffice.org ফৰমেটত কাম নকৰিব পাৰে. যদি সেইটোৱেই হয়, 'সম্পাদনা - বিশেষ আঠা লগাওক' নিৰ্বাচন কৰক আৰু OpenOffice.org ৰ বাহিৰে অন্য এটা ফৰমেট নিৰ্বাচন কৰক, বা  প্ৰত্যক্ষভাৱে OpenOffice.org 2.0 ত ডকুমেন্টটো খোলক.

অনুগ্ৰহ কৰি নিশ্চিত হওক যে আপোনাৰ কম্পিউটাৰৰ সাময়িক নিৰ্দেশিকাটোত আপোনাৰ যথেষ্ট স্বতন্ত্ৰ স্মৃতি আছে আৰু পঢ়া, লিখা আৰু চলাৰ প্ৰৱেশৰ অধিকাৰবোৰ অনুমোদিত হৈছে. ইনষ্টলেছন আৰম্ভ কৰাৰ আগতে অন্য সকলোবোৰ প্ৰগ্ৰেম বন্ধ কৰক.

------------------------------------------------------------
ন'ম-ত প্ৰগ্ৰেম আৰম্ভ কৰা সময়ত অসুবিধাবোৰ
------------------------------------------------------------

OpenOffice.org ৰ আৰম্ভণিত যদি আপোনাৰ অসুবিধাবোৰৰ অভিজ্ঞতা হয় (অতি লক্ষণীয়ভাৱে ন'ম ব্যৱহাৰ কৰোঁতে) অনুগ্ৰহ কৰি আপুনি আৰম্ভ কৰা OpenOffice.org কক্ষটোৰ ভিতৰৰ SESSION_MANAGER পৰিৱেশ চলকটো 'ছেটহীন ' কৰক. "SESSION_MANAGER ছেটহীন" শাৰীটো যোগ কৰি  "[অফিচ ফল্ডাৰ]/প্ৰগ্ৰেম" নিৰ্দেশিকাটোত বিচাৰি পোৱা ছোফিছ কক্ষ স্ক্ৰিপ্টটোৰ আৰম্ভণিলৈকে এইটো কৰিব পৰা যাব.

------------------------------------------------------------
ইউজাৰ ইন্টাৰফেছৰ আখৰ সলনি কৰিছে
------------------------------------------------------------

আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা বেলেগ এটা আখৰৰ সৈতে প্ৰতিস্থাপনৰ দ্বাৰা OpenOffice.org ত স্ক্ৰিণ প্ৰদৰ্শন আৰু মুদ্ৰণৰ বাবে ব্যৱহৃত আখৰটো আপুনি সলনি কৰিব পাৰে. আখৰ প্ৰতিস্থাপন ফাংকশ্বনটো ব্যৱহাৰ কৰি এইটো কৰিব পৰা যাব.আখৰ প্ৰতিস্থাপন টেবুলত প্ৰৱেশ কৰিবলৈ 'টুলবোৰ - বিকল্পবোৰ - OpenOffice.org - আখৰবোৰ' নিৰ্বাচন কৰক. 

OpenOffice.org ইউজাৰ ইন্টাৰফেছটোৰ আখৰটো সলনি কৰিবলৈ আপুনি অন্য আখৰৰ সৈতে ডিফল্ট ফন্ট "Andale Sans UI" টো প্ৰতিস্থাপন কৰিব লাগিব আৰু এই প্ৰতিস্থাপনটোৰ কাৰণে "always" ছেটিংছটোত চিন দিয়ক.

ডাইলগটোৰ এটা বিতং বিৱৰণৰ কাৰণে OpenOffice.org সহায় টোলৈ প্ৰেৰণ কৰক.

------------------------------------------------------------
চাবিবোৰৰ ছৰ্টকাট
------------------------------------------------------------

অপাৰেটিং ছিষ্টেমটোৱে ব্যৱহাৰ নকৰা কেৱল ছৰ্টকাট চাবিবোৰ (চাবি সংযোজনবোৰ) OpenOffice.org ত ব্যৱহাৰ কৰিব পৰা যাব. যদি OpenOffice.org ত বৰ্ণনা কৰাৰ দৰে এটা চাবি সংযোজন OpenOffice.org ত কাম নকৰে,যদি ছৰ্টকাৰ্টটো অপাৰেটিং ছিষ্টেমটোৰ দ্বাৰা ইতিমধ্যে ব্যৱহৃত হৈ থাকিব পাৰে পৰীক্ষা কৰক. সেইধৰণৰ বিৰোধবোৰ সংশোধন কৰিবলৈ আপুনি আপোনাৰ অপাৰেটিং ছিষ্টেমটোৰ দ্বাৰা নির্ধাৰিত চাবিবোৰ সলনি কৰিব পাৰে. নাইবা OpenOffice.org ত নির্ধাৰণ কৰা প্ৰায় যিকোনো চাবি আপুনি সলনি কৰিব পাৰে. এই বিষয়টোৰ ওপৰত অধিক তথ্যৰ বাবে আপোনাৰ অপাৰেটিং ছিষ্টেমৰ OpenOffice.org সহায় বা সহায় ডকুমেন্টেশ্বনৰ প্ৰসংগ কৰক. 

------------------------------------------------------------
ফাইল লক কৰি আছে
------------------------------------------------------------

ডিফল্ট ছেটিংছটোৰ OpenOffice.org ত ফাইল লক কৰা প্ৰয়োগ কৰা হৈছে. এইটো নিষ্ক্ৰিয় কৰিবলৈ আপুনি প্ৰকৃত এনভাইৰ'মেন্ট চলকবোৰ SAL_ENABLE_FILE_LOCKING=0 ছেট কৰক আৰু SAL_ENABLE_FILE_LOCKING ৰপ্তানি কৰক. এই প্ৰৱিষ্টিবোৰ ইতিমধ্যে ছোফিছ স্ক্ৰিপ্ট ফাইলটোত সক্ষম অৱস্থাত আছে.  

সতৰ্কবাণী: সক্ৰিয় হৈ থকা ফাইল লক কৰা অবয়বটোৱে লিনাক্স NFS 2.0 ৰ সন্মিলনত ব্যৱহৃত ছোলাৰিছ 2.5.1 আৰু 2.7 ৰ সৈতে সমস্যা কৰিব পাৰে.যদি আপোনাৰ ছিষ্টেম এনভাইৰ'মেন্টটোৰ এই পেৰামিটাৰবোৰ আছে, আমি সবলভাৱে উপদেশ দিওঁ যাতে আপুনি ফাইল লক কৰা অবয়বটো উপেক্ষা কৰে. অন্যথাই, এটা লিনাক্স কম্পিউটাৰৰ NFS ক্ৰমবৰ্ধমান নিৰ্দেশিকাৰ পৰা আপুনি যেতিয়া এটা ফাইল খুলিবলৈ চেষ্টা কৰে OpenOffice.org টো ৰখি যাব.

------------------------------------------------------------
ব্যৱহৃত/ ৰূপান্তৰিত উত্স ক'ড 
------------------------------------------------------------

প্ৰতিলিপি অংশবোৰ 1998, 1999 জেমছ ক্লাৰ্ক. প্ৰতিলিপি অংশবোৰ 1996, 1998 নেটস্কেপ কমিউনিকেশ্বন কৰ্প'ৰেশ্বন.

------------------------------------------------------------
জড়িত হৈ আছে
------------------------------------------------------------

এই গুৰুত্বপূৰ্ণ অপেন উত্স প্ৰজেক্টটোৰ বিকাশত আপোনাৰ সক্ৰিয় অংশগ্ৰহণৰ পৰা OpenOffice.org সম্প্ৰদায় খুব বেচি লাভান্বিত হ'ব.

ব্যৱহাৰকৰ্তা হিচাপে আপুনি ইতিমধ্যে বিকাশ প্ৰক্ৰিয়া সমষ্টিটোৰ এটা মূল্যবান অংশ আৰু আমি আপোনাক সম্প্ৰদায়টোলা দিঘলীয়া বৰঙণি দিওঁতাৰ দৃষ্টিৰে অধিক সক্ৰিয় ভূমিকা লোৱাত উত্সাহিত কৰিবলৈ বিচাৰো. অনুগ্ৰহ কৰি যোগদান কৰক আৰু ব্যৱহাৰকৰ্তাৰ পৃষ্ঠা চাওঁক: 

------------------------------------------------------------
ৰেজিষ্ট্ৰেছন 
------------------------------------------------------------

আপুনি যেতিয়া ছফটৱেৰটো ইনষ্টল কৰে, ন্যূনতম প্ৰডাক্ট ৰেজিষ্ট্ৰেছন প্ৰক্ৰিয়াটো সমাপ্ত কৰিবলৈ অনুগ্ৰহ কৰি অলপ সময় লওঁক. যেতিয়া ৰেজিষ্ট্ৰেছনটো বৈকল্পিক হয়, আমি আপোনাক ৰেজিষ্টাৰ কৰিবলৈ উত্সাহিত কৰো, যিহেতু তথ্যটোৱে এটা ভাল ছফটৱেৰ সমষ্টি আৰু ঠিকনা ব্যৱহাৰকৰ্তাৰ প্ৰয়োজনবোৰ প্ৰত্যক্ষভাৱে প্ৰস্তুত কৰিবলৈ সম্প্ৰদায়টোক সক্ষম কৰে. ইয়াৰ ব্যক্তিগত নীতিৰ দ্বাৰা, আপোনাৰ ব্যক্তিগত ডাটাৰ সুৰক্ষা কৰিবলৈ OpenOffice.org সম্প্ৰদায়ে প্ৰতিটো সতৰ্কতা লয়. যদি আপুনি ইনষ্টলেছনত ৰেজিষ্ট্ৰেছনটো কৰাত ব্যৰ্থ হয়, আপুনি ঘূৰি আহিব পাৰে আৰু যিকোনো সময়ত ৰেজিষ্টাৰ কৰিব পাৰে ...ত.
------------------------------------------------------------
ব্যৱহাৰকৰ্তাৰ জৰীপ
------------------------------------------------------------

অনলাইনতো এটা ব্যৱহাৰকৰ্তাৰ জৰীপ আছে যিটো আমি আপোনাক সম্পূৰ্ণ কৰিবলৈ উত্সাহিত কৰো. ব্যৱহাৰকৰ্তাৰ জৰীপৰ ফলাফলটোৱে নতুন মানবিশিষ্ট পৰৱৰ্তী প্ৰজন্ম সমষ্টি সৃষ্টি কৰিবলৈ ছেট কৰাত বেচি ক্ষিপ্ৰভাৱে স্থান পৰিৱৰ্তন কৰিবলৈ OpenOffice.org ক সহায় কৰিব. ইয়াৰ ব্যক্তিগত নীতিৰ দ্বাৰা, আপোনাৰ ব্যক্তিগত ডাটাৰ সুৰক্ষা কৰিবলৈ OpenOffice.org সম্প্ৰদায়ে প্ৰতিটো সতৰ্কতা লয়.

------------------------------------------------------------
ৰিপৰ্ট বাগছ & ইশ্ব্যুবোৰ
------------------------------------------------------------

OpenOffice.org ৱেব ছাইটটোৱে ইশ্ব্যুজিলা হ'ষ্ট কৰে, ৰিপৰ্ট কৰাৰ কাৰণে আমাৰ ব্যৱস্থা, বাগ আৰু ইশ্ব্যুবোৰ পৰ্যবেক্ষণ আৰু সমাধান কৰিবলৈ. আমি সকলো ব্যৱহাৰকৰ্তাক স্বত্ব অনুভৱ কৰিবলৈ উত্সাহিত কৰো আৰু আপোনাৰ বিশেষ প্লেটফৰ্মত উদয় হোৱা ৰিপৰ্ট ইশ্ব্যুবোৰ স্বাগতম জনাও. ইশ্ব্যুবোৰৰ উদ্যমী ৰিপৰ্টিঙটো হৈছে এটা অন্যতম গুৰূত্বপূৰ্ণ বৰঙণি যিটোৰে ব্যৱহাৰকৰ্তা সম্প্ৰদায়ে অগ্ৰগামী বিকাশ আৰু সমষ্টিটোৰ উন্নতি ঘটাব পাৰে.

------------------------------------------------------------
অনুমোদন
------------------------------------------------------------

ইয়াত কিছুমান প্ৰজেক্ট মেইল কৰা তালিকা আছে যিবোৰ আপুনি ... ত অনুমোদন কৰিব পাৰে .
- খবৰ: announce@openoffice.org *সকলো ব্যৱহাৰকৰ্তালৈ অনুমোদন কৰা হৈছে * (পাতল ট্ৰেফিক) 
- ব্যৱহাৰকৰ্তাৰ সমৰ্থন: users@openoffice.org *সকলো ব্যৱহাৰকৰ্তালৈ পৰামৰ্শ দিয়া হৈছে * (গধুৰ ট্ৰেফিক) 
- মুখ্য ব্যৱহাৰকৰ্তা ফ'ৰাম: discuss@openoffice.org *আলোচনাবোৰত প্ৰতীক্ষা কৰাৰ সহজ উপায়* (গধুৰ) 
- বিপণন প্ৰজেক্ট: dev@marketing.openoffice.org *বিকাশৰ আঁতৰত* (গধুৰ হৈছে) 
- সাধাৰণ ক'ড বৰঙণি যোগাওঁতাৰ তালিকা: dev@openoffice.org (মধ্যমীয়া/গধুৰ) 

------------------------------------------------------------
এটা বা বেচি প্ৰজেক্ট সংযোগ কৰক
------------------------------------------------------------

যদিও আপোনাৰ ছফটৱেৰ ডিজাইন বা ক'ডিং অভিজ্ঞতা সীমিত এই গুৰুত্বপূৰ্ণ অপেন উত্স প্ৰজেক্টটোলৈ আপুনি অধিক পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে. হয়, আপুনি! 

-তhttp://projects.openoffice.org/index.htmlকিছুমান প্ৰকৃত মূল ক'ডিং প্ৰজেক্টলৈ স্থানীয়কৰণ, পৰ্টিং আৰু গ্ৰুপৱেৰত প্ৰসাৰ কৰা প্ৰজেক্টবোৰ আপুনি বিচাৰি পাব. যদি আপুনি এজন বিকাশকৰ্তা নহয় তেন্তে ডকুমেন্টেশ্বন বা বিপণনটো চেষ্টা কৰক. OpenOffice.org বিপণন প্ৰজেক্টটোৱে অপেন উত্স ছফটৱেৰ বিপণন কৰিবলৈ গেৰিলা আৰু পৰম্পৰাগত বাণিজ্যিক কৌশল  প্ৰয়োগ কৰিছে, আৰু আমি ভাষা আৰু সাংস্কৃতিক বাধা নেওচি এইটো কৰিছো, সেইকাৰণে আপুনি কেৱল শব্দটো প্ৰসাৰণ কৰি আৰু এই অফিচ সমষ্টিটোৰ বিষয়ে এজন বন্ধুক কৈয়ে সহায় কৰিব পাৰে. 

বিপণন যোগাযোগ আৰু তথ্য নেটৱৰ্কটোত মিলিত হৈ আপুনি সহায় কৰিব পাৰে, ইয়াত:http://marketing.openoffice.org/contacts.html আপোনাৰ দেশ বা স্থানীয় সম্প্ৰদায়ত প্ৰেছ, মিডিয়া, চৰকাৰী সংস্থাবোৰ, পৰামৰ্শদাতা, বিদ্যালয়, লিনাক্স ব্যৱহাৰকৰ্তা গোটবোৰ আৰু বিকাশকৰ্তাসকলৰ য'ত আপুনি পইন্ট কমিউনিকেশ্বন যোগান ধৰিব পাৰে সম্পৰ্ক কৰক.

------------------------------------------------------------
ব্যৱহাৰকৰ্তাৰ সমৰ্থন
------------------------------------------------------------

OpenOffice.org 2.0 অফিচ সমষ্টিটোৰ সহায়ৰ কাৰণে, ইতিমধ্যে উত্তৰ দি থোৱা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ 'users@openoffice.org' মেইল কৰা তালিকাত আর্কাইভবোৰ ... ত এবাৰ চাওক  .বৈকল্পিকভাৱে, users@openoffice.org লৈ আপুনি আপোনাৰ প্ৰশ্নবোৰত পথাব পাৰে. এটা ই-মেইল সঁহাৰি পাবলৈ তালিকাখনলৈ সন্মতি দিবলৈ মনত ৰাখিব.

FAQ শাখাটোও ...ত  পৰীক্ষা কৰকhttp://user-faq.openoffice.org/.

------------------------------------------------------------
আৰম্ভ কৰিবলৈ পথ 
------------------------------------------------------------

বৰঙণি আগবঢ়োৱা আৰম্ভ কৰাৰ আটাইতকৈ ভাল পথটো হ'ল এটা বা তাতকৈ বেছি মেইল কৰা তালিকাত সন্মত হোৱা, খন্তেক অপেক্ষা কৰক, আৰু অক্টোবৰ 2000 তে প্ৰকাশ হোৱা OpenOffice.org উত্স ক'ডত আচ্ছাদিত বিভিন্ন বিষয়বোৰৰ সৈতে আপুনি নিজে নিজে পৰিচিত হবলৈ লাহে লাহে মেইল আৰ্কাইভবোৰ ব্যৱহাৰ কৰক. যেতিয়া আপোনাৰ সুবিধা হয়, আপুনি কৰিবলগীয়াটো হ'ল আত্মপৰিচয়ৰ এটা ই-মেইল পথাওক আৰু শুদ্ধকৈ বাহিৰ হওক. যদি আপুনি অপেন উত্স প্ৰজেক্টৰ লগত পৰিচিত তেন্তে আমাৰ টু-ডজ তালিকা পৰীক্ষা কৰক আৰু ...ত  আপুনি সহায় কৰিবলগীয়া কিবা আছে নেকি চাওক.    http://development.openoffice.org/todo.html.

আমি আশাকৰো আপুনি নতুন OpenOffice.org 2.0 টোৰ সৈতে কাম কৰা উপভোগ কৰে আৰু অনলাইনত আমাৰ লগত যোগদান কৰক.

OpenOffice.org সম্প্ৰদায়